×

الإسراء

আয়াত 63

আল-মুখতাচাৰ

قَالَ ٱذْهَبْ فَمَن تَبِعَكَ مِنْهُمْ فَإِنَّ جَهَنَّمَ جَزَآؤُكُمْ جَزَآءً مَّوْفُورًا ﴿٦٣﴾

আল্লাহে তাক ক'লেঃ তই আৰু তোৰ অনুসাৰীসকল দূৰ হ। নিশ্চয় জাহান্নামেই হৈছে তোৰ আৰু সিহঁতৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান।